Email :20
যোৱা ২০ অক্টোবৰত সমষ্টিৰ প্ৰান্তে-প্ৰান্তে আয়োজিত কালী পূজাত উপস্থিত হৈ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই “মা কালীৰ” শ্ৰী চৰণত আশীষ গ্ৰহণ কৰি এগচি বন্তি জ্বলাই সমষ্টিৰ কল্যানাৰ্থে প্ৰাৰ্থনা জনায়। তদুপৰি বিধায়ক গৰাকীয়ে অসমৰ হাৰ্টথ্ৰব “জুবিন গাৰ্গৰ” প্ৰতিচ্ছবিত এগচি বন্তি জ্বলাই ন্যায় প্ৰাপ্তিৰ কামনা কৰে ।













