Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ২০/১০/২৫ তাৰিখে শোণিতপুৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ জিলা কাৰ্যালয় প্ৰাংগনত সহস্ৰাধিক কাৰ্যকৰ্তাৰ উপস্থিতিত আয়োজিত এক বিশেষ সাংগঠনিক সভাত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অংশগ্ৰহণ।
অসম

যোৱা ২০/১০/২৫ তাৰিখে শোণিতপুৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ জিলা কাৰ্যালয় প্ৰাংগনত সহস্ৰাধিক কাৰ্যকৰ্তাৰ উপস্থিতিত আয়োজিত এক বিশেষ সাংগঠনিক সভাত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অংশগ্ৰহণ।

Email :25

এই সভাত দলৰ দৃষ্টিভংগী আৰু চৰকাৰৰ আঁচনিসমূহ ৰাইজৰ মাজলৈ আগুৱাই নিবলৈ প্ৰতিগৰাকী কাৰ্যকৰ্তাকে একত্ৰিতভাৱে তথা সক্ৰিয়তাৰে কাম কৰাৰ লগতে দলৰ বিভিন্ন কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ কাৰ্যকৰ্তাসকলক ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মাননীয় শ্ৰীযুত সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আহ্বান জনায়। এই অনুষ্ঠানত ৰাজ্যিক সাধাৰণ সম্পাদক পল্লব লোচন দাস, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল, বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, ৰাজ্যিক মুখ্য মুখপাত্ৰ কিশোৰ উপাধ্যায় ডাঙৰীয়া, জিলা বিজেপিৰ সভানেত্ৰী মধুস্মিতা হাজৰিকা ডাঙৰীয়ানী, জিলা প্ৰভাৰী অনিল শইকীয়া ডাঙৰীয়া, সহ-প্ৰভাৰী জোন জ্যোতি কাশ্যপ ডাঙৰীয়া প্ৰমুখ্যে কৰি দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ সৈতে অংশগ্ৰহণ কৰি দলীয় কৰ্মীসকলক উদ্বুদ্ধ কৰোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts