Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • সদ্যঘোষিত এডিআৰই (ADRE) পৰীক্ষাত উৰ্ত্তীণ হোৱা ২৯ গৰাকী সফল পৰীক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।
অসম

সদ্যঘোষিত এডিআৰই (ADRE) পৰীক্ষাত উৰ্ত্তীণ হোৱা ২৯ গৰাকী সফল পৰীক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।

Email :29

আজি চাৰিদুৱাৰৰ কন্যকা ভৱনত ভাৰতীয় জনতা যুৱ মৰ্চা চাৰিদুৱাৰ মণ্ডলৰ উদ্যোগত সদ্যঘোষিত এডিআৰই (ADRE) পৰীক্ষাত উৰ্ত্তীণ হোৱা ২৯ গৰাকী সফল পৰীক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক বিশেষ সভা অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকি একোখনি সম্বৰ্ধনা পত্ৰ আৰু চেলেং চাদৰেৰে উত্তীৰ্ণসকলক সম্বৰ্ধনা জনোৱাৰ লগতে উৎসাহ যোগাই নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। আজিৰ অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী অৰুণ ভূঞা, চাৰিদুৱাৰ মণ্ডলৰ সভাপতি কৃষ্ণ কোচ, ভালুকমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী চচিতা গয়াৰী, চাৰিদুৱাৰ জিলা পৰিষদৰ সদস্যা মিনু শইকীয়া তামুলীকে প্ৰমুখ্য কৰি শুভাকাংক্ষীসকল উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts