Email :27
যোৱা ১৮ অক্টোবৰত এ এফ চি ১৭ অনুৰ্ধ মহিলা এছিয়ান কাপত ভাৰতীয় ফুটবল দলে উজবেকিস্তানৰ বিৰুদ্ধে দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰি ২-১ ৰ ব্যৱধানত জয়ী হয়। ৩৮ মিনিটত উজবেকিস্তানে অগ্ৰগতি লাভ কৰে যদিও কিন্তু তীব্ৰ প্ৰতিদ্বন্দিতাৰে ভৰা খেলখনত ভাৰতীয় দল বিজয়ী হয়।













