Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • মেঘালয়
  • মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই শ্বিলঙৰ ছেইণ্ট এণ্টনি কলেজৰ ছাত্ৰ উদ্যোগীসকলে প্ৰস্তুত কৰা দৈৰ ব্ৰেণ্ড ‘প্ৰ’বিটছ’ মুকলি কৰে।
মেঘালয়

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই শ্বিলঙৰ ছেইণ্ট এণ্টনি কলেজৰ ছাত্ৰ উদ্যোগীসকলে প্ৰস্তুত কৰা দৈৰ ব্ৰেণ্ড ‘প্ৰ’বিটছ’ মুকলি কৰে।

Email :28

চেণ্টাৰ ফৰ এণ্টাৰপ্ৰেনিউৰশ্বিপ, ইনোভেচন এণ্ড ইনকিউবেচন (SACCEII) আৰু প্ৰাইম মেঘালয়ৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ মাজত দক্ষতা বিকাশ আৰু ব্যৱসায় কৰাৰ এক মানসিকতা গঢ়ি তোলাৰ উদেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হয়।ডমিনিক কনফাৰেন্স হলত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত ৰাজ্যৰ উদীয়মান উদ্ভাৱকসকলকো উৎসাহিত যোগোৱা হয়। মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই নিজৰ বক্তব্যত সৃষ্টিশীলতা আৰু আত্মনিৰ্ভৰশীলতাৰ সংস্কৃতি আজিৰ সময়ত যি প্ৰাসংগিকতা তাৰ ওপৰত আলোকপাত কৰে। ছেইণ্ট এণ্টনি কলেজৰ ছাত্ৰসকলৰ এই ‘প্ৰ’বিটছ’ দৈ ব্ৰেণ্ডে ব্যৱসায়িক ক্ষেত্ৰখনত ক্ষেত্ৰখনত প্ৰৱেশৰ বাবে নৱপ্ৰজন্মক অনুপ্ৰেৰণা যোগাব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts