Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি ভাৰতীয় কেন্দ্ৰীয় বিদেশ মন্ত্ৰী আৰু কেন্দ্ৰীয় বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটাৰ জন্মদিন।
অসম

আজি ভাৰতীয় কেন্দ্ৰীয় বিদেশ মন্ত্ৰী আৰু কেন্দ্ৰীয় বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটাৰ জন্মদিন।

Email :27

অসমৰ কলা-সংস্কৃতিৰ প্ৰসাৰ আৰু বিকাশত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে বৰ্তমান ভাৰতীয় কেন্দ্ৰীয় বিদেশ মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটাই। ১৯৯৮-২০০৫ চনলৈ অসমীয়া ভাষাৰ মাহেকীয়া বাতৰি আলোচনী “মায়া” আৰু “সা ৰে গা মা”ৰ মুখ্য সম্পাদক হিচাপে তেখেতে কাম কৰিছিল। ২০১৭-২০২১ চনলৈ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ (অসম চৰকাৰ)ৰ অধ্যক্ষ হিচাপেও তেখেতে দায়িত্ব নিৰ্বাহ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts