Email :26
যোৱা ১০ অক্টোবৰত দক্ষিণ আমেৰিকা আৰু এন্টাৰ্কটিকাৰ দক্ষিণ প্ৰান্তৰ মাজৰ পানীৰ অংশ ড্ৰেক পেচেজত ৭.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্প অনুভূত হয়। পৰিস্থিতি লৈ লক্ষ্য ৰাখি চুনামী সতৰ্কবাণী জাৰি কৰাৰ লগতে বাসিন্দা তথা জাহাজসমূহক সজাগ হোৱাৰ লগতে আৰু সুৰক্ষাৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে।













