Email :33
১০ অক্টোবৰত লেকমে ফেশ্বন উইক এক্স এফ ডি চি আইত শ্ব’কেছৰ নিজৰ শেহতীয়া প্ৰস্তুতি “গধূলি দ্যা টুইলাইটৰ” সহায়ত নিজে ডিজাইন কৰা বস্ত্ৰসম্ভাৰৰ দ্বাৰা অসমৰ সংগীত জগতৰ আইকন জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি তোলে। ক’লা আৰু মেৰুণ টোনৰ পৰম্পৰাগত মেখেলা চাদৰ এক নতুন ৰূপত সজাই তুলি জটিল কাৰুকাৰ্য্য আৰু সমসাময়িক ডিজাইন প্ৰদৰ্শন কৰা শাৰী, ধুতি, গঠনমূলক স্কাৰ্ট, আৰু অনাৰকালী উপস্থাপন কৰিছিল।













