Email :41
নৰৱেৰ নোবেল কমিটীয়ে ভেনিজুৱেলাৰ মাৰিয়া ক’ৰিনা মাচাডোক দেশখনৰ সাধাৰণ জনতাৰ বাবে গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰৰ বাবে চলোৱা সংগ্ৰামৰ স্বীকৃতি স্বৰূপে ২০২৫ বৰ্ষৰ শান্তিৰ বঁটা আগবঢ়াইছে। ভেনিজুৱেলাত চলা স্বৈৰাচাৰীতাবাদৰ বিপক্ষে গণতন্ত্ৰৰ সংগ্ৰামৰ নেতৃত্ব দিয়া মাচাডোলৈ আগবঢ়োৱা এই বঁটাই বিশেষ তাৎপৰ্য বহন কৰিছে।













