Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ১০ অক্টোবৰত ডিব্ৰুগড়ত অসমৰ মুখ্যমন্ত্ৰীৰ ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ’ অধীনত পুঁজি বিতৰণ।
অসম

১০ অক্টোবৰত ডিব্ৰুগড়ত অসমৰ মুখ্যমন্ত্ৰীৰ ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ’ অধীনত পুঁজি বিতৰণ।

Email :29

‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ’ অধীনত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ১৪,২০৫ গৰাকী উদ্যমী মহিলালৈ প্ৰাৰম্ভিক ১০,০০০ টকাৰ পুঁজি আগবঢ়ালে। ইয়াৰ ৭,৭৭৭ গৰাকী গ্ৰাম্য অঞ্চলৰ আৰু ৬,২৪৮ গৰাকী নগৰ অঞ্চলৰ। হস্ততাঁত, হস্তশিল্প তথা পশুপালন আদি বিভিন্ন ক্ষেত্ৰৰ মহিলাই এই আঁচনিৰ পৰা লাভান্বিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts