Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ চলিত অক্টোবৰ মাহত বাৰেচহৰীয়া পকামূৰা পথাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘মহিলা উদ্যমিতা আঁচনিৰ’ চেক বিতৰণৰ বাবে প্ৰস্তাৱিত ভ্ৰমণ সন্দৰ্ভত এক সভাত অংশগ্ৰহণ।
অসম

আজি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ চলিত অক্টোবৰ মাহত বাৰেচহৰীয়া পকামূৰা পথাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘মহিলা উদ্যমিতা আঁচনিৰ’ চেক বিতৰণৰ বাবে প্ৰস্তাৱিত ভ্ৰমণ সন্দৰ্ভত এক সভাত অংশগ্ৰহণ।

Email :38

চলিত অক্টোবৰ মাহৰ শেষৰফালে নদুৱাৰ সমষ্টিৰ বাৰেচহৰীয়া পকামূৰা পথাৰত ৩১,০৪৫ গৰাকী মহিলাই লাভ কৰিব অসম চৰকাৰৰ মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম পৰ্যায়ৰ ১০,০০০ টকা । মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই নিজ হাতে চেক প্ৰদান কৰি মহিলাসকলক উৎসাহিত কৰিব। আজি এই সন্দৰ্ভত কন্যকা মাৰ্কেটিং কমপ্লেক্সৰ সভাকক্ষত এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই সভাখনত উপস্থিত থকা শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া কৰবী কাৰণ শইকীয়া, শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, নদুৱাৰ সমজিলা আয়ুক্ত মানস শইকীয়া, নদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডা° আকাশদ্বীপ কাকতিকে প্ৰমুখ্য কৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা চৰকাৰী বিষয়াসকলৰ সৈতে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts