Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • মেঘালয়
  • ২০২৫ বৰ্ষৰ শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেলৰ অন্যতম আকৰ্ষণ তিনিবাৰৰ গ্ৰেমী বঁটা বিজয়ী ডিপ্ল’।
মেঘালয়

২০২৫ বৰ্ষৰ শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেলৰ অন্যতম আকৰ্ষণ তিনিবাৰৰ গ্ৰেমী বঁটা বিজয়ী ডিপ্ল’।

Email :25

১৪-১৫ নৱেম্বৰত শ্বিলংৰ প’ল’ গ্ৰাউণ্ডৰ জে এন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেলৰ বৰ্ণাঢ্য দুদিনীয়া সাংস্কৃতিক অনুষ্ঠান। আমেৰিকান ডিজে আৰু প্ৰযোজক ডিপ্ল’ৰ অংশগ্ৰহণে চেৰী ব্ল’ছম ফেষ্টিভেলত দৰ্শকৰ সংখ্যা বৃদ্ধি কৰিব। শ্বিলঙৰ এই ফেষ্টিভেলে আৰম্ভণিৰ পৰাই দৰ্শকৰ সমাদৰ লাভ কৰাৰ লগতে ৱাও এছিয়াৰ পৰাও গোল্ড অৱাৰ্ডছ লাভ কৰি সন্মান কঢ়িয়াই আনিবলৈ সফলতা অৰ্জন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts