Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ তম জন্ম জয়ন্তী উপলক্ষ্যে জামুগুৰিৰ পাঞ্চজন্য বৰনামঘৰত অনুষ্ঠিত নাম কীৰ্তনত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।
অসম

শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ তম জন্ম জয়ন্তী উপলক্ষ্যে জামুগুৰিৰ পাঞ্চজন্য বৰনামঘৰত অনুষ্ঠিত নাম কীৰ্তনত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।

Email :32

শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ তম জন্ম জয়ন্তী সমগ্ৰ অসমবাসীৰ বাবে বিশেষভাৱে তাৎপৰ্যপূৰ্ণ । এই উপলক্ষ্যে জামুগুৰিৰ পাঞ্চজন্য বৰনামঘৰত অনুষ্ঠিত আই মাতৃসকলৰ নাম কীৰ্তনত সভক্তিৰে অংশ গ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই উপলক্ষ্যে আই মাতৃসকলৰ বাবে আয়োজিত এক সন্মিলনতো উপষ্ঠিত বিধায়কগৰাকী উপষ্ঠিত থাকে। পদ্ম হাজৰিকাই উক্ত অনুষ্ঠানত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয় যে শ্ৰীমন্ত শংকৰদেৱৰ সাধাৰণ ৰাইজৰ বোধগম্য হোৱাকৈ শাস্ত্ৰৰ তত্ত্ব গধুৰ কথাবোৰ সৰল বোধগম্য ভাষাৰে প্ৰস্তুত কৰাৰ প্ৰয়াসে গুৰুজনাৰ যিবোৰ শিক্ষণে অসমৰ সমাজখন এক কৰিছিল; সেই শিক্ষণ মানি আগবাঢ়ি যাবলৈ আমি যত্নপৰ হʼব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts