Email :30
বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত মিৰাবাই চানুৱে স্নেচত ৮৭ কেজিত দুবাৰকৈ বিফল হৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল অৱশ্যে ক্লিন এণ্ড জাৰ্কত খেলুৱৈগৰাকীৰ ১০৯ কেজি, ১১২ কেজি আৰু ১১৫ কেজি তিনিওটা প্ৰচেষ্টা সফল হৈছিল। সোণৰ পদক উত্তৰ কোৰিয়াৰ ৰি ছং গামে আৰু থাইলেণ্ডৰ থানিয়াথন চুকচাৰোয়েনে ব্ৰঞ্জ পদক অৰ্জন কৰে ।













