Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • যোৱা ২ অক্টোবৰ ২০২৫ তাৰিখে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতত দক্ষ কণ্ঠশিল্পী পদ্ম বিভূষণ পণ্ডিত ছন্নুলাল মিশ্ৰৰ বিয়োগ ঘটে।
ভাৰত

যোৱা ২ অক্টোবৰ ২০২৫ তাৰিখে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতত দক্ষ কণ্ঠশিল্পী পদ্ম বিভূষণ পণ্ডিত ছন্নুলাল মিশ্ৰৰ বিয়োগ ঘটে।

Email :38

১৯৩৬ চনত আজমগড়ত পণ্ডিত ছন্নুলাল মিশ্ৰৰ জন্ম হৈছিল। খয়াল, থুমৰি, দাদৰা, চৈয়তি, কাজৰী, ভজন আদিলৈ কণ্ঠশিল্পীগৰাকীয়ে বিশেষ অৱদান আগবঢ়াইছিল। বয়স সম্পৰ্কীয় অসুস্থতাৰ বাবে ১৭-১৮ দিন চিকিৎসালয়ত থকাৰ পাছত ২ অক্টোবৰ ২০২৫ তাৰিখে ৮৯ বছৰ বয়সত পণ্ডিত ছন্নুলাল মিশ্ৰই ইহলীলা সম্বৰণ কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পণ্ডিত ছন্নুলাল মিশ্ৰৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতে শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়াই যোৱা অৱদানৰ প্ৰশংসা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts