Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ৩০ চেপ্তেম্বৰ ২০২৫ ত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ মহা অষ্টমী উপলক্ষ্যে বিভিন্ন স্থানৰ দুৰ্গা পূজাত অংশগ্ৰহণ।
অসম

যোৱা ৩০ চেপ্তেম্বৰ ২০২৫ ত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ মহা অষ্টমী উপলক্ষ্যে বিভিন্ন স্থানৰ দুৰ্গা পূজাত অংশগ্ৰহণ।

Email :42

জামুগুৰি পানপুৰ, বালিজুৰি ইটাখলাকে ধৰি বিভিন্ন অঞ্চল সহ মৰিসূতিৰ বিভিন্ন অঞ্চলকে আদি কৰি সমূহ সমষ্টিবাসী ৰাইজৰ মংগলৰ অৰ্থে মা দুৰ্গাৰ পৰা আশীষ গ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ইয়াৰ লগতে প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিও পূজাৰ আয়োজক সকলে যিদৰে শ্ৰদ্ধা নিবেদন কৰে বিধায়কগৰাকীও তেখেতলৈ শ্ৰদ্ধা জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts