Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ২০১৩ ৰ পৰা ২০১৮ চনৰ বেতন বঞ্চিত পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে প্ৰাপ্য পাৰিতোষিক অসম চৰকাৰে মুকলি কৰে আৰু নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আজি সেই চেক বিতৰণ কৰে।
অসম

২০১৩ ৰ পৰা ২০১৮ চনৰ বেতন বঞ্চিত পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে প্ৰাপ্য পাৰিতোষিক অসম চৰকাৰে মুকলি কৰে আৰু নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আজি সেই চেক বিতৰণ কৰে।

Email :32

অসম চৰকাৰৰ ফালৰ পৰা ২০১৩ চনৰ পৰা ২০১৮ লৈ কৰ্মৰত বেতন বঞ্চিত পঞ্চায়ত প্ৰতিনিধিসকলৰ ৮ মাহৰ ধন মুকলি কৰি দিয়া হৈছে। আজি সেয়ে নদুৱাৰ উন্নয়ন খণ্ড এলেকাৰ ২০১৩ ৰ পৰা ২০১৮ চনৰ পঞ্চায়ত প্ৰতিনিধিসকলক প্ৰাপ্য পাৰিতোষিকৰ চেক বিতৰণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। আজি দুপৰীয়া নদুৱাৰ উন্নয়ন খণ্ড এলেকাৰ পঞ্চায়তৰ সভাপতি, জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু গাওঁ সভাৰ সদস্যসকলক এই চেক বিতৰণ কাৰ্যসূচীত বিধায়কগৰাকীয়ে অংশগ্ৰহণ কৰে৷ নদুৱাৰ উন্নয়ন খণ্ডৰ সভাগৃহত খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুঠ ২৯ লাখ ২৪ হেজাৰ টকাৰ চেক বিতৰণ কৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts