Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • মেঘালয়
  • যোৱা ২৩ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰমেগাম চাংমাৰ ‘ৰিমডোগিটাংগা’লৈ শ্ৰেষ্ঠ গাৰো ফিচাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান।
মেঘালয়

যোৱা ২৩ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰমেগাম চাংমাৰ ‘ৰিমডোগিটাংগা’লৈ শ্ৰেষ্ঠ গাৰো ফিচাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান।

Email :35

ৰিমডোগিতাংগা ফিচাৰ ফিল্মখনত গ্ৰাম্য জীৱনৰ বিভিন্ন দিশ লোক-কথা, ভয় তথা ভৱিষ্যতবাণীৰ মাজেৰে এজন ১০ বছৰীয়া ল’ৰাৰ দৃষ্টিভংগীৰে তুলি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। এই বঁটাত আছে ৰজত কমলৰ লগতে পৰিচালক আৰু প্ৰযোজক উভয়ৰে বাবে দুই লাখ টকাৰ নগদ পুৰস্কাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts