Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • গুৱাহাটী
  • প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ অন্তিম যাত্ৰাত গুণমুগ্ধৰ অবিশ্বাস্য সমাবেশলৈ লিমকা বুক অৱ ৰেকৰ্ডছৰ বিশ্বৰ চতুৰ্থ বৃহৎ সমাবেশৰ স্বীকৃতি।
গুৱাহাটী

প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ অন্তিম যাত্ৰাত গুণমুগ্ধৰ অবিশ্বাস্য সমাবেশলৈ লিমকা বুক অৱ ৰেকৰ্ডছৰ বিশ্বৰ চতুৰ্থ বৃহৎ সমাবেশৰ স্বীকৃতি।

Email :31

নিজৰ প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত অনুৰাগীসকলক ব্যথিত কৰিছিল। ছিংগাপুৰৰ পৰা শিল্পীগৰাকীৰ নশ্বৰ দেহ গুৱাহাটীত উপস্থিত হোৱাৰ লগে-লগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা তেখেতৰ অন্তিম যাত্ৰাত যি জনসমাবেশৰ সৃষ্টি হৈছিল; লিমকা বুক অৱ ৰেকৰ্ডছে মাইকেল জেকচন, পোপ ফ্ৰান্সিছ আৰু ৰাণী এলিজাবেথৰ পিছত চতুৰ্থ বৃহৎ সমাবেশ ৰূপে স্বীকৃতি প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts