Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • গুৱাহাটী
  • যোৱা ২১ চেপ্তেম্বৰ ২০২৫ ৰ নিশা বলীউডত প্ৰতিষ্ঠিত কণ্ঠশিল্পী পাপনে, কিংবদন্তি জুবিন গাৰ্গক শেষ বিদায় জনাবলৈ গুৱাহাটীত উপস্থিত হৈছে।
গুৱাহাটী

যোৱা ২১ চেপ্তেম্বৰ ২০২৫ ৰ নিশা বলীউডত প্ৰতিষ্ঠিত কণ্ঠশিল্পী পাপনে, কিংবদন্তি জুবিন গাৰ্গক শেষ বিদায় জনাবলৈ গুৱাহাটীত উপস্থিত হৈছে।

Email :30

অংগৰাগ পাপন মহন্তই গুৱাহাটীত উপস্থিত হৈ জুবিন গাৰ্গৰ আকস্মিক বিয়োগত দুখ প্ৰকাশ কৰে। “জুবিনৰ দৰে মই কেতিয়াও হ’ব নোৱাৰো” বুলি পাপনে স্পষ্টকৈ কোৱাৰ লগতে উল্লেখ কৰে যে সমগ্ৰ ৰাজ্যবাসীৰ বাবে ই এক অপূৰণীয় ক্ষতি আৰু এই ক্ষতিৰ পৰিসৰ কিমান বিশাল বিশ্ববাসীয়েও অনুভৱ কৰিছে। জুবিন গাৰ্গে গুণমুগ্ধৰ লাভ কৰা সন্মান আৰু মৰম আজিৰ পৃথিৱীত বিৰল বুলি তেখেতে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts