Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • সংগীতৰ ক্ষেত্ৰখন উকা কৰি অসমৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুক কুকি ছাত্ৰ সংগঠন (KSO) ৰ এক বিবৃতি যোগে অপূৰণীয় ক্ষতি আখ্যা।
অসম

সংগীতৰ ক্ষেত্ৰখন উকা কৰি অসমৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুক কুকি ছাত্ৰ সংগঠন (KSO) ৰ এক বিবৃতি যোগে অপূৰণীয় ক্ষতি আখ্যা।

Email :33

কুকি ছাত্ৰ সংগঠন (KSO) য়ে নিজৰ বিবৃতিত উল্লেখ কৰে যে জুবিন গাৰ্গ মাথোঁ প্ৰখৰ মেধাৱীয়েই নাছিল, নৈতিকতা তথা সাংস্কৃতিক প্ৰমূল্যবোৰ তেখেতে ধৰি ৰাখিবলৈ সফল হৈছিল। কিংবদন্তি কণ্ঠশিল্পী জুবিন গাৰ্গে নিজৰ গীতেৰে অসমৰ মাটিৰ সুবাস বিদেশতো বিয়পাবলৈ সক্ষম হৈছিল। বিৰল প্ৰতিভাৰ অধিকাৰী কণ্ঠশিল্পীগৰাকীয়ে পৰম্পৰা আৰু আধুনিকতাৰ মাজত এক সুন্দৰ সমন্বয়ৰ সৃষ্টি কৰিছিল। কে এছ অ’ই জুবিন গাৰ্গৰ পৰিয়াল, আপোনজন, সহকৰ্মী, প্ৰশংসকলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে শিল্পীগৰাকীৰ চিৰশান্তি কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts