Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ২১ চেপ্তেম্বৰ ২০২৫ তাৰিখে মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত নৰ্থ-ইষ্টাৰ্ণ ক’লফিল্ডছ (এন ই চি), ক’ল ইণ্ডিয়া লিমিটেড মাৰ্ঘেৰিটাৰ লগতে ইয়াৰ অন্যতম বৃহৎ সহযোগী কোম্পানী ক’ল ইণ্ডিয়া মহিলা সমাজে কণ্ঠশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰে ।
অসম

যোৱা ২১ চেপ্তেম্বৰ ২০২৫ তাৰিখে মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত নৰ্থ-ইষ্টাৰ্ণ ক’লফিল্ডছ (এন ই চি), ক’ল ইণ্ডিয়া লিমিটেড মাৰ্ঘেৰিটাৰ লগতে ইয়াৰ অন্যতম বৃহৎ সহযোগী কোম্পানী ক’ল ইণ্ডিয়া মহিলা সমাজে কণ্ঠশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰে ।

Email :34

প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ লগত সংগতি ৰাখি আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতৰ প্ৰতিচ্ছবিৰ সমুখত ১ মিনিটৰ মৌন প্ৰাৰ্থনা কৰি ফুল আৰু মাটিৰ চাকিৰে জুবিন গাৰ্গৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰা হয়। এন ই চি চি আই এল মাৰ্ঘেৰিটাৰ জেনেৰেল মেনেজাৰ কে মেৰে আৰু সাংসদ দত্ত, চি এছ আৰ বিষয়া শান্তনু হাজৰিকাৰ লগতে কয়লা ইণ্ডিয়া মহিলা সমাজৰ সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, আৰু অন্যান্য সদস্যসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছিল। লিডুত অনুৰাগীসকলে মমবাতিৰ পোহৰত উলিওৱা শোভাযাত্ৰাত হাজাৰ-হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল। লিডু ৰেলৱে ষ্টেচনতো এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছিল, য’ত মাউংলাং খামতি বৌদ্ধ বিহাৰৰ ভিক্ষু জ্যোতিকা ভান্টে আৰু জ্যেষ্ঠ সাংবাদিক জগত চাংমাইয়ে বন্তি প্ৰজ্বলন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts