Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি চতিয়াৰ চেণ্টাৰৰ মাজমজিয়াত কণ্ঠশিল্পী জুবিন গাৰ্গলৈ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ।
অসম

আজি চতিয়াৰ চেণ্টাৰৰ মাজমজিয়াত কণ্ঠশিল্পী জুবিন গাৰ্গলৈ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ।

Email :33

আজি চতিয়া চেন্টাৰৰ মাজমজিয়াত কেন্দ্ৰীয়ভাৱে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত উপস্থিত হৈ এগছি বন্তি প্ৰজ্বলনেৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই অনুষ্ঠানত বহুতো দল সংগঠনৰ লোকৰ সৈতে তেখেতৰ অনুৰাগীসকলেও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts