Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
অসম

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত মৰ্মাহত অসমবাসী।

Email :35

অসমীয়া, বাংলা, নেপালী, হিন্দী ভাষাত কণ্ঠশিল্পী জুবিন গাৰ্গে গীত গাই নিজৰ প্ৰতিভাৰ প্ৰমাণ দিছিল। ৩৮,০০০ ৰো গীতেৰে অনুৰাগীক আপ্লুত কৰা শিল্পীগৰাকীয়ে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ গ্ৰহণ কৰিবলৈ গৈছিল কিন্তু স্কুবা ডাইভিঙত অংশ লওতে মৃত্যুক সাৱটি লয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল মাত্ৰ ৫২ বছৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts