Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা।
ভাৰত

আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা।

Email :37

১৭ চেপ্তেম্বৰ ২০২৫ ত বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মাক আৰাধনা কৰা হয়। অসম, উত্তৰ প্ৰদেশ, বিহাৰ, ওড়িশা, পশ্চিম বংগ, কৰ্ণাটক আদি ৰাজ্যত বিশ্বকৰ্মা পূজাৰ প্ৰচলন অধিক ৰূপত দেখা যায়। শিল্পী, অভিযন্তা, উদ্যোগিক শ্ৰমিক, শিল্পীসকলৰ মনত এই পূজাত বিশেষ আস্থা থকা দৃষ্টিগোচৰ হয়; কিয়নো শ্ৰী শ্ৰী বিশ্বকৰ্মাই দক্ষতা আৰু সৃষ্টিশীলতা বৃদ্ধিৰ বাবে আশীৰ্বাদ দিয়ে বুলি ভক্তসকলে বিশ্বাস কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts