Email :31
১৪ ছেপ্টেম্বৰ, ২০২৫ ত অসমৰ গোলাঘাট জিলাত দেশৰ প্ৰথমটো বাঁহ ভিত্তিক ইথানল প্লাণ্ট উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৫,০০০ কোটি টকাৰ বিনিয়োগেৰে নুমলীগড় শোধনাগাৰত এই প্ৰকল্প স্থাপন হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আগন্তুক দিনত নিৰ্মাণ হʼবলগীয়া পলিপ্ৰ’পাইলিন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে।













