Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • খেল
  • ভাৰতীয় মহিলা হকী দল ২০২৫ ৰ এছিয়া কাপৰ ফাইনেলত উপনীত হৈছে।
খেল

ভাৰতীয় মহিলা হকী দল ২০২৫ ৰ এছিয়া কাপৰ ফাইনেলত উপনীত হৈছে।

Email :37

ভাৰতীয় মহিলা হকী দলৰ এছিয়া কাপ ২০২৫ ৰ ফাইনেলত প্ৰতিপক্ষ হ’ব চীন। এই প্ৰতিযোগিতাত বিজয়ী দলে বেলজিয়াম আৰু নেদাৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এফ আই এইচ মহিলা হকী বিশ্বকাপ ২০২৬ লৈ প্ৰত্যক্ষ ভাৱে নিৰ্বাচিত হ’ব। ১৪ চেপ্তেম্বৰ ২০২৫ ৰ সন্ধিয়া ০৫:৩০ বজাত ফাইনেল খেলখন অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts