Email :32
দেশখনৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে দেশখনত বহু দিন ধৰি চলি অহা অস্থিৰতাৰ অৱসান ঘটাই নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতলৈ শুভকামনা জনোৱাৰ লগতে নেপালৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি ভাৰত দায়বদ্ধ বুলি স্বীকাৰ কৰে ।













