Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • খেল
  • ৬-১ ৰ ব্যৱধানত ডুৰাণ্ড কাপ জয় নৰ্থ ইষ্ট ইউনাইটেডৰ।
খেল

৬-১ ৰ ব্যৱধানত ডুৰাণ্ড কাপ জয় নৰ্থ ইষ্ট ইউনাইটেডৰ।

Email :11

কলকাতাৰ যুৱ ভাৰতী ষ্টেডিয়াম সাক্ষী হৈ ৰ’ল নৰ্থ ইষ্ট ইউনাইটেড দলৰ ঐতিহাসিক দ্বিতীয়টো ডুৰাণ্ড কাপ খিতাপ দখলৰ। এই বিজয়ৰ দ্বাৰা দলটো টুৰনামেণ্টৰ ৩৪ বছৰীয়া ইতিহাসত নিজৰ খিতাপ ডিফেণ্ড কৰা প্ৰথম দল ৰূপে পৰিগণিত হৈছে। ফাইনেলত দলটোৰ প্ৰতিপক্ষ আছিল ডায়মণ্ড হাৰ্বাৰ। এই জয়ৰ ফলত নৰ্থ ইষ্ট ইউনাইটেড দল ১.২১ কোটি টকাৰে পুৰস্কৃত হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts