Email :10
অসম দৰ্শন আঁচনিৰ পদক্ষেপৰ এক অংশস্বৰূপে বিভিন্ন তীৰ্থস্থানলৈ ডেৰ লাখ টকাৰ চেক প্ৰথম কিস্তি ৰূপে ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ সভাকক্ষত আগবঢ়োৱা হ’ল। চৰকাৰৰ এই ইতিবাচক পদক্ষেপে ধৰ্মীয় উপাসনা স্থলবোৰৰ সংৰক্ষণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিত সহায়ক হ’ব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে।