Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • আজি দেশজুৰি উদযাপন হৈছে ৰাষ্ট্ৰীয় মহাকাশ দিৱস ২০২৫।
ভাৰত

আজি দেশজুৰি উদযাপন হৈছে ৰাষ্ট্ৰীয় মহাকাশ দিৱস ২০২৫।

Email :10

আমি আজি ৬৩ বছৰীয়া মহাকাশ যাত্ৰাৰ গৌৰৱোজ্জল এনে এক ইতিহাসৰ সাক্ষী যি নতুন প্ৰজন্মৰ বাবে নতুন মাৰ্গদৰ্শন দিবলৈ সফল হ’ব। ১৯৬০ চনৰ আৰম্ভণিত ড° বিক্ৰম সাৰাভাইৰ নেতৃত্বই মহাকাশ বিজ্ঞানৰ প্ৰযুক্তিৰ বিকাশৰ পৰিকল্পনাবোৰ সীমিত সা-সুবিধাৰে বাস্তৱ ৰূপ দিবলৈ প্ৰেৰণা যোগাইছিল। ১৯৭৫ চনত আৰ্যভট্টৰ উৎক্ষেপণ পৰা চন্দ্ৰযান-৩ ৰ অবিশ্বাস্য সফলতাই ভাৰতীয় মহাকাশ বিজ্ঞানে সম্পূৰ্ণ কৰা স্বৰ্ণিম যাত্ৰাক প্ৰতিফলিত কৰে। চাইকেল আৰু ম’হৰ গাড়ীৰে ৰকেটৰ অংশ কঢ়িয়াই নিয়াৰ পৰা আৰম্ভ কৰি চন্দ্ৰ আৰু মংগল গ্ৰহলৈ অত্যাধুনিক মহাকাশযান প্ৰেৰণ কৰালৈকে ভাৰতৰ বৰ্ণিল যাত্ৰাক স্মৰণ কৰাৰ উদেশ্যে ২৩ আগষ্টৰ দিনা ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয় যাতে চন্দ্ৰযান ৩ অভিযানৰ সফলতাৰ বিষয়ে দেশবাসীক পুনৰ মনত পেলোৱাৰ লগতে মহাকাশ গৱেষণাৰ প্ৰতি নৱপ্ৰজন্মৰ আকৃষ্ট কৰিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts