Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • ২২ আগষ্টৰ ৰাতিপুৱা পঞ্জাৱৰ হোছিয়াৰপুৰত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।
ভাৰত

২২ আগষ্টৰ ৰাতিপুৱা পঞ্জাৱৰ হোছিয়াৰপুৰত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

Email :10

শুক্ৰবাৰে নিশা ১০:৩০ বজাত হোছিয়াৰপুৰ-জলন্ধৰ পথৰ মন্দিয়ালা গাঁৱৰ সমীপত এখন বাহনে খুন্দা মৰাৰ ফলত এল পি জি ভৰ্তি এখন টেংকাৰ বাগৰি পৰে। এটা গেছ প্লাণ্টৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত্বত ভয়াবহ এই দুৰ্ঘটনা ঘটে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাই অঞ্চলটোৰ অধিক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সফল হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts