Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আগন্তুক ২০২৬ বৰ্ষৰ ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনখনিৰ সফল আয়োজনৰ বাবে আজি জনতা ভৱনত এক বৈঠক অনুষ্ঠিত হয়।
অসম

আগন্তুক ২০২৬ বৰ্ষৰ ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনখনিৰ সফল আয়োজনৰ বাবে আজি জনতা ভৱনত এক বৈঠক অনুষ্ঠিত হয়।

Email :11

জামুগুৰিহাটৰ ধলাইবিল-নাহৰবাৰী পথাৰ (জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ)ত এই অধিৱেশন অনুষ্ঠিত হ’ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি আজি জনতা ভৱনত শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জলসম্পদ তথা অন্যান্য বিভাগৰ মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাৰ লগত আদৰণী সমিতিৰ প্ৰতিনিধি সকলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আগন্তুক অধিবেশনখনি সফলতাৰে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। এই আলোচনাত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সৈতে সমিতিৰ সভাপতি শ্ৰী প্ৰভাকৰ বৰ্মণ ডাঙৰীয়া, সাধাৰণ সম্পাদক বিপুল বৰাসহ অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts