Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ২০ আগষ্টত অনুষ্ঠিত চতিয়া দিৱসৰ কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখ্য অতিথি ৰূপে অংশগ্ৰহণ।
অসম

২০ আগষ্টত অনুষ্ঠিত চতিয়া দিৱসৰ কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখ্য অতিথি ৰূপে অংশগ্ৰহণ।

Email :10

অসম চৰকাৰে ২০ আগষ্ট দিনটো অসমৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত বীৰ-বীৰাংগনাৰ স্মৃতিত প্ৰতি বছৰে চতিয়া দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে, কিয়নো ১৯৪২ ৰ আজিৰ দিনটোত চতিয়া থানাত দেশৰ ভিতৰতে প্ৰথমবাৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰা হৈছিল। এই গৌৰৱোজ্জল ক্ষণৰ স্মৃতিত আজি প্ৰথমবাৰলৈ উৎসাহ উদ্দীপনাৰ মাজেৰে চতিয়াত আনুষ্ঠানিকভাৱে চতিয়া দিৱস উদযাপন কৰা হয় আৰু এই অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে। চতিয়াবাসী ৰাইজৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্যৰ মাজেৰে এক আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে। চতিয়া দিৱসৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হʼব আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় অৰ্থনৈতিক সহায় চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা হ’ব। চলচ্চিত্ৰখন চিনেমা গৃহ আৰু ডিজিটেল প্লেটফৰ্মত উপলব্ধ হ’ব। লগতে তেখেতে মাধুৰী আঁহতৰ তলৰ বিহুৰ বাবেও ২ কৌটি টকা অনুমোদন জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts