Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিজেপিৰ এন ডি এৰ প্ৰাৰ্থী ৰূপে চিপি ৰাধাকৃষ্ণনক ঘোষণা।
ভাৰত

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিজেপিৰ এন ডি এৰ প্ৰাৰ্থী ৰূপে চিপি ৰাধাকৃষ্ণনক ঘোষণা।

Email :14

যোৱা ১৭ আগষ্টত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল তথা দলৰ জ্যেষ্ঠ নেতা চি পি ৰাধাকৃষ্ণনক এন ডি এৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচন কৰা হৈছে। ১৯৫৭ চনৰ ২০ অক্টোবৰত তেখেতৰ জন্ম হৈছিল তামিলনাডুৰ তিৰুপপুৰত। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ) আৰু ভাৰতীয় জন সংঘৰ জৰিয়তে তেখেতে ৰাজনীতিৰ পথাৰত নামিছিল। ১৯৯৮ আৰু ১৯৯৯ চনত কইম্বাটুৰৰ পৰা দুবাৰকৈ লোকসভালৈ তেখেতে নিৰ্বাচিত হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts