Email :10
“শক্তিশালী বিজেপি,সমৃদ্ধিশালী ভাৰত” প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত “সবকা সাথ সবকা বিকাশ” নীতিৰ আধাৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ উন্নয়নমুখী কৰ্মৰাজিয়ে সৰ্বস্তৰৰ জনগণক সামৰি লৈছে, বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বুলি পদ্ম হাজৰিকাই সদৰি কৰে। তেখেতসকললৈ বিধায়কগৰাকীয়ে নিজৰ শুভেচ্ছা জ্ঞাপন কৰে। তেখেত আশাবাদী যে এই নতুন কাৰ্যকৰ্তা সকলৰ অন্তৰ্ভুক্তিয়ে সেই অঞ্চলত তেওঁলোকৰ দলীয় সাংগঠনিক ভেঁটি আৰু অধিক সুদৃঢ় কৰিব।