Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ দ্বীপন্নিতা কলিতা জিলিকিল ফেমিনা ইণ্ডিয়াৰ কভাৰ পেজত।
অসম

অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ দ্বীপন্নিতা কলিতা জিলিকিল ফেমিনা ইণ্ডিয়াৰ কভাৰ পেজত।

Email :15

ফেমিনা ইণ্ডিয়াৰ স্বাধীনতা দিৱসৰ বিশেষ সংস্কৰণৰ কভাৰত, ভাৰতীয় সেনাৰ আন ৯ গৰাকী মহিলা বিষয়াৰ সৈতে প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ মেজৰ দ্বীপন্নিতা কলিতাই স্থান লাভ কৰাটো অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়। অসমৰ ঢেকীয়াজুলিৰ নিবাসী কলিতাই ভাৰতীয় সেনাৰ পেৰাচুট মেডিকেল ৰেজিমেণ্টত কৰ্মৰত হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts