Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • মেঘালয়
  • মেঘালয়ত ১০ বছৰীয়া নিষেধাজ্ঞাৰ অৱসান ঘটাই ‘scientific framework’ পালনৰ দ্বাৰা কয়লাৰ খনন পুনৰ আৰম্ভ।
মেঘালয়

মেঘালয়ত ১০ বছৰীয়া নিষেধাজ্ঞাৰ অৱসান ঘটাই ‘scientific framework’ পালনৰ দ্বাৰা কয়লাৰ খনন পুনৰ আৰম্ভ।

Email :14

২০১৪ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মেঘালয়ৰ ওপৰত কয়লা খননৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল। বৈজ্ঞানিক আৰু নিয়ন্ত্ৰিত কাঠামোৰ অধীনত কয়লা খনন কাৰ্য ৰাজ্যখনে পুনৰ আৰম্ভ কৰিছে। দুটা কয়লা ব্লক – পূব জয়ন্তীয়া পাহাৰ জিলাৰ ছাৰিংখাম এ কয়লা ব্লক আৰু পশ্চিম খাছি পাহাৰ জিলাৰ পিণ্ডেংশ্বাহলাং কয়লা ব্লকক কয়লা মন্ত্ৰালয়ে বিধিগত অনুমোদন দিয়াৰ পিছত কয়লাৰ উৎপাদন পুনৰ আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts