Email :90
জামুগুৰিহাটৰ মহমৰাপাৰৰ হলি চাইল্ড ইংলিছ স্কুলৰ তৃতীয় শ্ৰেণীৰ কণমানি ৮ বছৰীয়া ভাগ্যশ্ৰী ডেকাৰ নিজ বাসগৃহত তাইৰ স্বৰচিত আৰু কণ্ঠদান কৰা গীতৰ এলবাম “পখিলা” উন্মোচন কৰি অতি আনন্দ অনুভৱ কৰা বুলি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মনৰ ভাৱ প্ৰভাৱ কৰে। তেখেতে অন্তৰৰ পৰা ভাগ্যশ্ৰীৰ সংগীত সাধানা ভৱিষ্যতেও যেন অব্যাহত থাকে তাকেই আশীৰ্বাদ দিয়ে।













