Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি চতিয়াৰ পতিয়াগাঁৱৰ নামঘৰ প্ৰতিষ্ঠা দিনটোৰ লগত সংগতি ৰাখি প্ৰয়াত ব্ৰজেন চৌধুৰীৰ সোঁৱৰণত নিৰ্মিত নামঘৰৰ বাটচ’ৰাটিৰ শুভ উদ্বোদ্ধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

আজি চতিয়াৰ পতিয়াগাঁৱৰ নামঘৰ প্ৰতিষ্ঠা দিনটোৰ লগত সংগতি ৰাখি প্ৰয়াত ব্ৰজেন চৌধুৰীৰ সোঁৱৰণত নিৰ্মিত নামঘৰৰ বাটচ’ৰাটিৰ শুভ উদ্বোদ্ধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :13

বিধায়ক পদ্ম হাজৰিকাই নামঘৰৰ বাটচ’ৰাটিৰ উদ্বোদ্ধন কৰি নিজৰ বক্তব্যত প্ৰকাশ কৰে যে নামঘৰসমূহ অসমৰ ধৰ্মীয় আস্থাৰ প্ৰতীকস্বৰূপ। তেখেতে আশা কৰে যে অঞ্চলবাসীৰ আধ্যাত্মিক চেতনাৰ উত্তৰণত এই নামঘৰটি সফল হʼব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts