Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেন্দ্রীয় ভাৱে মুকলি কৰা ‘নিযুত মইনা আঁচনি ২.০’ ৰ কাৰ্যসূচী অনলাইন উপভোগ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেন্দ্রীয় ভাৱে মুকলি কৰা ‘নিযুত মইনা আঁচনি ২.০’ ৰ কাৰ্যসূচী অনলাইন উপভোগ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :15

এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আগশাৰীৰ শিক্ষানুষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত বিধায়ক পদ্ম হাজৰিকাই ‘নিযুত মইনা আঁচনি ২.০’ ৰ প্রপত্র বিতৰণ কৰিলে। মুখ্যমন্ত্ৰী মহোদয়ৰ এই অভিলাষী আঁচনিয়ে অসমৰ ৪ লাখৰো অধিক কন্যা শিক্ষাৰ্থী উপকৃত কৰিব বুলি মত প্ৰকাশ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts