Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ৪ আগষ্টত ভাৰতীয় জনতা পাৰ্টি দক্ষিণ নদুৱাৰ মণ্ডল যুৱমৰ্চাৰ উদ্যোগত আয়োজিত বিজেপি দলত যোগদান কাৰ্যসূচীত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

যোৱা ৪ আগষ্টত ভাৰতীয় জনতা পাৰ্টি দক্ষিণ নদুৱাৰ মণ্ডল যুৱমৰ্চাৰ উদ্যোগত আয়োজিত বিজেপি দলত যোগদান কাৰ্যসূচীত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :16

আছু, NSUI ৰ লগতে বিভিন্ন দলৰ অৰ্ধশতাধিক যুৱক-যুৱতীৰ বিজেপিত যোগদানে বিজেপিৰ উন্নয়নমুখী যাত্ৰাৰ প্ৰতি নৱপ্ৰজন্মৰ বিপুল সমৰ্থনকে প্ৰমাণ কৰিছে বুলি বিধায়ক পদ্ম হাজৰিকাই প্ৰকাশ কৰে।

শোণিতপুৰ জিলা যুৱমৰ্চাৰ উপ-সভাপতি মাধুৰ্য্য বৰাই সঞ্চালন কৰা অনুষ্ঠানটিত উপস্থিত থকা দক্ষিণ নদুৱাৰ মণ্ডলৰ সভাপতি পবিত্ৰ কুমাৰ দাস, পুব বৰভগীয়া গাঁও পঞ্চায়তৰ সভাপতি নিত্যানন্দ দাস, উত্তৰ নদুৱাৰ মণ্ডল যুৱমৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়াকে প্ৰমুখ্য কৰি দলীয় সতীৰ্থসকল উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts