Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি নদুৱাৰ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা পাঁচমাইল ইয়ং ব্লু ক্লাবলৈ আহি মত-বিনিময় কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

আজি নদুৱাৰ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা পাঁচমাইল ইয়ং ব্লু ক্লাবলৈ আহি মত-বিনিময় কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :16

এই অনুষ্ঠানত দক্ষিণ নদুৱাৰ মণ্ডল সভাপতি পৱিত্ৰ দাস, পাঁচমাইল পঞ্চায়তৰ তত্ত্বাবধায়ক বুলু আহমেদ, পাঁচমাইল পঞ্চায়তৰ সভানেত্ৰী জেচমিন বেগম, ইয়ং ব্লু ক্লাবৰ সভাপতি/ উপ সভাপতি/ সম্পাদক/ সদস্য সকল প্ৰমুখ্যে কৰি পাঁচমাইল অঞ্চলৰ বিভিন্ন দায়িত্বত থকা প্ৰতিনিধিবৰ্গসকল  উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts