Email :17
ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ বিল্ডিং ক্লিয়াৰেন্স ব্যৱস্থাক ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে ডিজিটেলভাৱে একত্ৰিত কৰি নগৰ উন্নয়ন এক পৰিকল্পিত ৰূপে আগবঢ়াই নিবলৈ প্ৰস্তুতি চলাইছে। ইয়াৰ ফলত আন্তঃগাথঁনি/ আঁচনি আদিৰ অনুমোদন প্ৰক্ৰিয়া ত্বৰান্বিত হʼব, আঁচনি ৰূপায়ণলৈ স্বচ্ছতা আহিব বুলি আশা কৰা হৈছে।