Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ২৯ জুলাই ২০২৫ ত কন্যকা বহুমুখী পামত অনুষ্ঠিত হোৱা এক সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।
অসম

২৯ জুলাই ২০২৫ ত কন্যকা বহুমুখী পামত অনুষ্ঠিত হোৱা এক সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।

Email :20

আজি কন্যকা বহুমুখী পামত বাৰ্মিংহামত অনুষ্ঠিত হোৱা এক সম্বৰ্দ্ধনা অনুষ্ঠানত “2025 World Police & Fire Games” ত পদক অৰ্জন কৰা জামুগুৰিহাটৰ উদীয়মান খেলুৱৈ ক্ৰমে অম্লানজিত বৰঠাকুৰ, কন্দৰ্প বৰা আৰু ইঞ্জিনীয়াৰিং পৰীক্ষাত প্ৰথম স্থান লাভ কৰা বামুনবাৰিৰ ঋতুপৰ্ণা নাথক সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। জামুগুৰি যুৱ মৰ্চাৰ ফালৰ পৰাও তিনিগৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts