Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • টাৱাঙৰ পৰা অহা মনপা সম্প্ৰদায়ৰ টাৱাং জিলা আৰ্চাৰী এছ’চিয়েচনৰ (টিডিএএ) ৰ সভাপতি Er Tashi Tsering নেতৃত্বত অহা সদস্যসকলৰ সৈতে মত বিনিময় কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

টাৱাঙৰ পৰা অহা মনপা সম্প্ৰদায়ৰ টাৱাং জিলা আৰ্চাৰী এছ’চিয়েচনৰ (টিডিএএ) ৰ সভাপতি Er Tashi Tsering নেতৃত্বত অহা সদস্যসকলৰ সৈতে মত বিনিময় কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :23

টাৱাঙৰ পৰা অহা মনপা সম্প্ৰদায়ৰ টাৱাং জিলা আৰ্চাৰী এছ’চিয়েচনৰ (টিডিএএ) ৰ সভাপতি Er Tashi Tsering নেতৃত্বত অহা সদস্যসকলৰ সৈতে মত বিনিময় কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। স্থানীয় পৰম্পৰাগত ক্ৰীড়া ধনুৰ্বিদক উৎসাহিত কৰাৰ বাবে আৰু অলিম্পিক শৈলীৰ নিয়মীয়া প্ৰশিক্ষণৰ জৰিয়তে যুৱ ধনুৰ্বিদসকলক উন্নীত কৰাৰ বাবে তেওঁলোকৰ পদক্ষেপ জানিবলৈ পাই সুখী বুলি বিধায়ক গৰাকীয়ে অৱগত কৰে। তেওঁ লগতে কয় যে যুৱচামৰ এই মানসিকতা সঁচাকৈ ইতিবাচক। তেখেতে দলটোলৈ নিজৰ শুভেচ্ছা জ্ঞাপন কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts