Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ইণ্টাৰনেট সেৱা প্ৰদানকাৰীলৈ দেশত ২৫ টা অʼটিটি বাতিলৰ নিৰ্দেশ।
ভাৰত

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ইণ্টাৰনেট সেৱা প্ৰদানকাৰীলৈ দেশত ২৫ টা অʼটিটি বাতিলৰ নিৰ্দেশ।

Email :25

এই অ’টিটি প্লেটফৰ্মসমূহৰ বিৰুদ্ধে বিভিন্ন অশ্লীল বিষয়বস্তু সম্প্ৰচাৰ আৰু ভাৰতীয় সংবিধানৰ ধাৰা ভংগৰ অভিযোগ আছে। তথ্য প্ৰযুক্তি আইন ২০০০ ৰ ৬৭ আৰু ৬৭ (ক) ধাৰা, ভাৰতীয় ন্যায় সংহিতাৰ ২৯৪ নং ধাৰাকে ধৰি বিভিন্ন আইন এই ৱেবছাইটসমূহে উলংঘন কৰা বুলি মন্ত্ৰালয়ৰ জাননী অনুসৰি জানিবলৈ পোৱা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts