Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • জনগাঁথনি সংকটলৈ লক্ষ্য কৰি বিশ্ববিদ্যালয়ত স্থানীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাসৰ আশংকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
অসম

জনগাঁথনি সংকটলৈ লক্ষ্য কৰি বিশ্ববিদ্যালয়ত স্থানীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাসৰ আশংকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Email :30

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৪ জুলাই ২০২৫ ত ছ’চিয়েল মিডিয়া এক্স (পূৰ্বৰ টুইটাৰ)ত জনগাঁথনিগত পৰিৱৰ্তন আৰু জনসংখ্যা হ্ৰাসক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেখেতে বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাসৰ এক কাৰণ ৰূপে জনগাঁথনিগত পৰিৱৰ্তনকে জগৰীয়া কৰিছে। গ্ৰাম্যাঞ্চলত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি যিধৰণে হ্ৰাস পাইছে, সেই অনুপাতে নগৰসমূহৰ মহাবিদ্যালয়ত নামভৰ্তি কিছু হʼলেও হৈ আছে। ২০২৬–২০৩১ চনৰ বাবে অসমৰ শৈক্ষিক সুযোগৰ পুনৰ কল্পনা কৰাই এক প্ৰধান লক্ষ্য হʼব বুলি তেখেতে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts