Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • বিশ্ব
  • ২২ জুলাই ২০২৫ ত বিশ্ববাসীক শোকস্তব্ধ কৰি ব্লেক চেবাথৰ গায়ক অজি অছবৰ্ণৰ ৭৬ বছৰ বয়সত মৃত্যু।
বিশ্ব

২২ জুলাই ২০২৫ ত বিশ্ববাসীক শোকস্তব্ধ কৰি ব্লেক চেবাথৰ গায়ক অজি অছবৰ্ণৰ ৭৬ বছৰ বয়সত মৃত্যু।

Email :29

১৯৪৮ চনৰ ৩ ডিচেম্বৰত অছবৰ্ণৰ জন্ম হৈছিল। তেখেতে বন্ধু গীজাৰ বাটলাৰৰ জৰিয়তে কেইবাটাও বেণ্ডত কাম কৰিছিল। তেওঁলোকে “আৰ্থ” নামৰ বেণ্ড এটা আৰম্ভ কৰিছিল যিটো ১৯৬৬ চনত “ব্লেক চেবাথ” নামেৰে নামকৰণ কৰা হৈছিল। গডফাদাৰ অৱ মেটাল ৰূপে জনপ্ৰিয় অজি অছবৰ্ণৰ অন্তিম কনচাৰ্টখন আছিল যোৱা ৫ জুলাইত ভিলা পাৰ্ক বাৰ্মিংহামত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts