Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • গুৱাহাটী
  • শিলসাঁকো বিল উচ্ছেদ মুক্ত কৰিবলৈ আইআইএইচএমৰ ভৱন যোৱা ২১ জুলাই ২০২৫ ত ভাঙি পেলোৱা হয়।
গুৱাহাটী

শিলসাঁকো বিল উচ্ছেদ মুক্ত কৰিবলৈ আইআইএইচএমৰ ভৱন যোৱা ২১ জুলাই ২০২৫ ত ভাঙি পেলোৱা হয়।

Email :30

গুৱাহাটী উন্নয়ন কতৃপক্ষই ইণ্ডিয়ান ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্টৰ চৌহদ অৱশেষত ভাঙি দিয়ে। অসমৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এই ক্ষেত্ৰত কয় যে পানীৰ প্ৰাকৃতিক প্ৰবাহ উদ্ধাৰ আৰু গুৱাহাটী চহৰক বানপানীৰ পৰা সকাহ দিয়াৰ অৰ্থে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts